ಅರ್ಥ : তৰকাৰী হিচাপে খোৱা লতাজাতীয় গছত লগা এবিধ ফল???
ಉದಾಹರಣೆ :
কিছুমান মানুহে ৰঙালাওৰ তৰকাৰী খাই বৰ ভাল পায়
ಸಮಾನಾರ್ಥಕ : ৰঙালাউ???
ಅರ್ಥ : তৰকাৰী হিচাপে খোৱা এবিধ ফলৰ লতাজাতীয় গছ???
ಉದಾಹರಣೆ :
খেতিৰ ৰঙালাওবিলাক এতিয়া লাগিবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : ৰঙালাও গছ???