ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰখা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰখা   ক্ৰিয়া

ಅರ್ಥ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

ಉದಾಹರಣೆ : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

ಅರ್ಥ : স্থিত কৰা

ಉದಾಹರಣೆ : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

ಅರ್ಥ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

ಉದಾಹರಣೆ : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : সমর্পিত কৰা

ಅರ್ಥ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ৰৈ থকা

ಅರ್ಥ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

ಉದಾಹರಣೆ : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

ಅರ್ಥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ಉದಾಹರಣೆ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

ಸಮಾನಾರ್ಥಕ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

ಅರ್ಥ : প্রস্তুত কৰা

ಉದಾಹರಣೆ : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

ಅರ್ಥ : বেয়া হʼবলৈ নিদিয়া

ಉದಾಹರಣೆ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

ಸಮಾನಾರ್ಥಕ : থোৱা

ಅರ್ಥ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

ಉದಾಹರಣೆ : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

ಅರ್ಥ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ಉದಾಹರಣೆ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

ಸಮಾನಾರ್ಥಕ : ঢলা, থোৱা, বকা