ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
ಉದಾಹರಣೆ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
ಸಮಾನಾರ್ಥಕ : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ
ಅರ್ಥ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ಉದಾಹರಣೆ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
ಸಮಾನಾರ್ಥಕ : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত
ಸ್ಥಾಪನೆ