ಅರ್ಥ : আশীৰ লগত তিনি যোগ কৰিলে পোৱা সংখ্যা
ಉದಾಹರಣೆ :
তিৰাশীক তিনিৰে বিভাজিত কৰিব পৰা নাযায়
ಸಮಾನಾರ್ಥಕ : তিৰাশী
ಅರ್ಥ : আশী আৰু তিনি
ಉದಾಹರಣೆ :
এই প্রতিযোগিতাত তিৰাশীজন প্রতিযোগীয়ে অংশগ্রহণ কৰিছে
ಸಮಾನಾರ್ಥಕ : চাৰিকুৰি তিনি, তিৰাশীজন