ಅರ್ಥ : কোনো কার্যৰ ্বাকী নথকা
ಉದಾಹರಣೆ :
আপোনাৰ ভাত খোৱা হʼল নেকি
ಅರ್ಥ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
ಉದಾಹರಣೆ :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
ಸಮಾನಾರ್ಥಕ : সমাবেশ হোৱা
ಅರ್ಥ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
ಉದಾಹರಣೆ :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
ಅರ್ಥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ಉದಾಹರಣೆ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
ಸಮಾನಾರ್ಥಕ : থকা, স্থিত হোৱা
ಅರ್ಥ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
ಉದಾಹರಣೆ :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
ಅರ್ಥ : প্রতিৰূপ হোৱা
ಉದಾಹರಣೆ :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে