ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ হেৰুওৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

হেৰুওৱা   ক্ৰিয়া

ಅರ್ಥ : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা

ಉದಾಹರಣೆ : মোৰ পাঁচশ টকা হেৰালে

ಅರ್ಥ : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা

ಉದಾಹರಣೆ : ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে

ಅರ್ಥ : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া

ಉದಾಹರಣೆ : তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে