ಅರ್ಥ : প্রত্যাহ্বান জনোৱা শ্্ব্দ বিশেষ
ಉದಾಹರಣೆ :
শত্রুৰ হুংকাৰ শুনি ্তেওঁ ্বাহিৰলৈ ওলায় আহিল
ಅರ್ಥ : কোনো কাম কৰিবৰ কাৰণে উচ্চ স্তৰত চিঞৰি উৎসাহিত কৰা কার্য
ಉದಾಹರಣೆ :
হালোৱাজনে বাৰে-বাৰে দিয়া হুংকাৰত বলদহাল বেগাই যাবলৈ ধৰিলে
ಅರ್ಥ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ಉದಾಹರಣೆ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : গর্জন