ಅರ್ಥ : জিকিব নোৱাৰা অৱস্থা
ಉದಾಹರಣೆ :
এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
ಸಮಾನಾರ್ಥಕ : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
ಅರ್ಥ : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
ಉದಾಹರಣೆ :
তেওঁৰ ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
ಸಮಾನಾರ್ಥಕ : মালা