ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ಉದಾಹರಣೆ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হালত, ৰূপ
ಅರ್ಥ : একে ধৰণৰ দুটা বস্তু
ಉದಾಹರಣೆ : পাৰৰ এই যোৰাটো ভাল
ಸಮಾನಾರ್ಥಕ : যোৰা
ಅರ್ಥ : মাটি চহ কৰা এবিধ ্ সঁজুলি
ಉದಾಹರಣೆ : খেতিয়কে পথাৰত হাল বায় আছে
ಸಮಾನಾರ್ಥಕ : নাঙল, লাঙ্গল
ಸ್ಥಾಪನೆ