ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
ಉದಾಹರಣೆ : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
ಅರ್ಥ : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
ಉದಾಹರಣೆ : নিগনিটো বাঘৰ হাতোৰাত পৰিল
ಸಮಾನಾರ್ಥಕ : পঞ্জা
ಅರ್ಥ : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
ಉದಾಹರಣೆ : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
ಸಮಾನಾರ್ಥಕ : পাঞ্জা, বাকুহা, হাঁতোৰা
ಅರ್ಥ : সা-সঁজুলি আদিৰ ধৰা অংশ
ಉದಾಹರಣೆ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
ಸಮಾನಾರ್ಥಕ : ঠাৰি, মুঠি, হাত, হেণ্ডেল
ಸ್ಥಾಪನೆ