ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সৰু ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সৰু   বিশেষণ

ಅರ್ಥ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত

ಉದಾಹರಣೆ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত

ಸಮಾನಾರ್ಥಕ : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন

ಅರ್ಥ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম

ಉದಾಹರಣೆ : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে

ಸಮಾನಾರ್ಥಕ : অকণমানি, অকমানি

ಅರ್ಥ : সৰু আকাৰ বা অবয়ৱযুক্ত

ಉದಾಹರಣೆ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে

ಸಮಾನಾರ್ಥಕ : বাওনা, বামন

ಅರ್ಥ : যাৰ জন্ম পিছত হৈছে

ಉದಾಹರಣೆ : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল

ಸಮಾನಾರ್ಥಕ : অনুজ, কনিষ্ঠ

ಅರ್ಥ : দীঘ আৰু প্রস্থত কম

ಉದಾಹರಣೆ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

ಸಮಾನಾರ್ಥಕ : চেপা, ঠেক