ಅರ್ಥ : কোনো বিশেষ ঘটনা বা ব্যক্তিৰ স্মৃতিত সজা কোনো সৌধ বিশেষ
ಉದಾಹರಣೆ :
ভাৰতত বহুতো ঐতিহাসিক স্মাৰক আছে
ಅರ್ಥ : কাৰোবাৰ স্মৃতিক ধৰি ৰখা কোনো কাম, পদার্থ ্বা নি্র্মাণ
ಉದಾಹರಣೆ :
মায়ে আইতাৰ স্মৃতিচিহ্নক সযতনে আলমাৰীত থৈ দিলে
ಸಮಾನಾರ್ಥಕ : স্মৃতিচিহ্ন