ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্বৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্বৰ   বিশেষ্য

ಅರ್ಥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ಉದಾಹರಣೆ : তেওঁৰ ্ মাতটো বৰ মিঠা

ಸಮಾನಾರ್ಥಕ : কণ্ঠ, গলা, বোল, মাত

ಅರ್ಥ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

ಉದಾಹರಣೆ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

ಸಮಾನಾರ್ಥಕ : সুৰ

ಅರ್ಥ : যিটো শুনা যায়

ಉದಾಹರಣೆ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

ಸಮಾನಾರ್ಥಕ : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, ৰণন, ৰাৱ

ಅರ್ಥ : যি ্বর্ণই আন বর্ণৰ ্সহায় নোলোৱাকৈ উচ্চাৰণ হয়

ಉದಾಹರಣೆ : হিন্দীত তেৰটা স্বৰ আছে

ಸಮಾನಾರ್ಥಕ : স্বৰ অক্ষৰ, স্বৰ বর্ণ