ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সাধু, সন্ত আদিৰ বাবে সম্বোধন
ಉದಾಹರಣೆ : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
ಅರ್ಥ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
ಉದಾಹರಣೆ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
ಸಮಾನಾರ್ಥಕ : অধিপতি, গৰাকী, মালিক
ಅರ್ಥ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
ಸ್ಥಾಪನೆ