ಅರ್ಥ : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
ಸಮಾನಾರ್ಥಕ : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
ಅರ್ಥ : প্রতিবন্ধক বা বাধা নথকা
ಉದಾಹರಣೆ :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
ಸಮಾನಾರ್ಥಕ : প্রতিবন্ধকহীনতা