ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ স্নাতক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

স্নাতক   বিশেষ্য

ಅರ್ಥ : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি

ಉದಾಹರಣೆ : মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো

ಅರ್ಥ : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে

ಉದಾಹರಣೆ : ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল

ಸಮಾನಾರ್ಥಕ : গ্রেজুৱেট

ಅರ್ಥ : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে

ಉದಾಹರಣೆ : স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে

স্নাতক   বিশেষণ

ಅರ್ಥ : স্নাতকৰ বা স্নাতক সম্বন্ধীয়

ಉದಾಹರಣೆ : স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে