ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ಉದಾಹರಣೆ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
ಸಮಾನಾರ್ಥಕ : খুটা, পিলাৰ, স্তম্ভ
ಅರ್ಥ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
ಉದಾಹರಣೆ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
ಸಮಾನಾರ್ಥಕ : কীলক, শাল
ಅರ್ಥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ಉದಾಹರಣೆ : গছবোৰ সজীৱ সত্ত্বেও অচল
ಸಮಾನಾರ್ಥಕ : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
ಸ್ಥಾಪನೆ