ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সেৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সেৱা   বিশেষ্য

ಅರ್ಥ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

ಉದಾಹರಣೆ : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

ಸಮಾನಾರ್ಥಕ : পৰি্চর্যা

ಅರ್ಥ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

ಉದಾಹರಣೆ : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

ಅರ್ಥ : নকৰ বা চাকৰৰ কাম

ಉದಾಹರಣೆ : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

ಅರ್ಥ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

ಉದಾಹರಣೆ : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

ಅರ್ಥ : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ গুৰুক ্সেৱা জনালে

ಸಮಾನಾರ್ಥಕ : প্রণাম