ಅರ್ಥ : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
ಉದಾಹರಣೆ :
সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
ಸಮಾನಾರ್ಥಕ : সূক্ষ্মপৰ্যবেক্ষণ
ಅರ್ಥ : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
ಉದಾಹರಣೆ :
বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
ಸಮಾನಾರ್ಥಕ : অনুপৰীক্ষা