ಅರ್ಥ : যাক ৰক্ষা কৰা হৈছে
ಉದಾಹರಣೆ :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
ಸಮಾನಾರ್ಥಕ : ৰক্ষিত
ಅರ್ಥ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
ಉದಾಹರಣೆ :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
ಅರ್ಥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ಉದಾಹರಣೆ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ಸಮಾನಾರ್ಥಕ : নিৰাপদ