ಅರ್ಥ : আর্থিক লোকচানৰ পৰা পোৱা ৰক্ষা
ಉದಾಹರಣೆ :
বীমাই বিপত্তিৰ সময়ত সুৰক্ষা প্রদান কৰে
ಅರ್ಥ : ভাল ধৰণে কৰা ৰক্ষা
ಉದಾಹರಣೆ :
এই দেশ সেইসকল বীৰৰ প্রতি কৃতজ্ঞ, যিসকলে দেশৰ সুৰক্ষাৰ কাৰণে সীমান্তত প্রহৰী হৈ আছে
ಸಮಾನಾರ್ಥಕ : নিৰাপত্তা, সুৰক্ষণ, ৰক্ষণাবেক্ষণ