ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
ಉದಾಹರಣೆ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
ಸಮಾನಾರ್ಥಕ : দেৱ, দেৱতা, দৈত্যাৰি
ಅರ್ಥ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
ಉದಾಹರಣೆ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
ಸಮಾನಾರ್ಥಕ : স্বৰ
ಅರ್ಥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
ಉದಾಹರಣೆ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
ಸಮಾನಾರ್ಥಕ : কণ্ঠ, লয়
ಅರ್ಥ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
ಉದಾಹರಣೆ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
ಸಮಾನಾರ್ಥಕ : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
ಸ್ಥಾಪನೆ