ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
ಉದಾಹರಣೆ : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
ಸಮಾನಾರ್ಥಕ : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
ಅರ್ಥ : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
ಉದಾಹರಣೆ : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
ಸಮಾನಾರ್ಥಕ : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
ಅರ್ಥ : যিয়ে ভাল শিক্ষা লাভ কৰিছে
ಉದಾಹರಣೆ : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
ಸ್ಥಾಪನೆ