ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সুযোগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সুযোগ   বিশেষ্য

ಅರ್ಥ : কোনো বিশিষ্ট সময়

ಉದಾಹರಣೆ : ইয়াত প্রতিবছৰে বিজয়াদশমী উপলক্ষ্যে ৰাম লীলাৰ আয়োজন কৰে

ಸಮಾನಾರ್ಥಕ : উপলক্ষ্য

ಅರ್ಥ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

ಉದಾಹರಣೆ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা দান, মঞ্জুৰি, সন্মতি

ಅರ್ಥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ಉದಾಹರಣೆ : এই কামটো কৰিবৰ সময় হʼল

ಸಮಾನಾರ್ಥಕ : ক্ষণ, দাও, বেলা, সময়, সুচল

ಅರ್ಥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উপায়, চল, দাও, বাট, সুচল, সুবিধা, সুযোগ-সুবিধা