ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সিন্ধী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সিন্ধী   বিশেষ্য

ಅರ್ಥ : সিন্ধু প্রদেশৰ অধিবাসী

ಉದಾಹರಣೆ : এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে

ಅರ್ಥ : যি লিপিত সিন্ধী ভাষা লিখা হয়

ಉದಾಹರಣೆ : শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে

ಸಮಾನಾರ್ಥಕ : সিন্ধী লিপি

ಅರ್ಥ : সিন্ধুৰ ভাষা

ಉದಾಹರಣೆ : ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন

ಸಮಾನಾರ್ಥಕ : সিন্ধী ভাষা, সিন্ধী-ভাষা

সিন্ধী   বিশেষণ

ಅರ್ಥ : সিন্ধু প্রদেশত বসতি কৰোতা

ಉದಾಹರಣೆ : উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে

ಸಮಾನಾರ್ಥಕ : সিন্ধী বাসী, সিন্ধীবাসী

ಅರ್ಥ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ

ಉದಾಹರಣೆ : তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে