ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সিদ্ধান্ত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সিদ্ধান্ত   বিশেষ্য

ಅರ್ಥ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

ಉದಾಹರಣೆ : মোৰ সমস্যাৰ সমাধান হৈ গʼল

ಸಮಾನಾರ್ಥಕ : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

ಅರ್ಥ : প্রমাণিত হোৱা কার্য

ಉದಾಹರಣೆ : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

ಸಮಾನಾರ್ಥಕ : প্রমাণ

ಅರ್ಥ : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

ಸಮಾನಾರ್ಥಕ : নি্র্ণয়

ಅರ್ಥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ಉದಾಹರಣೆ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

ಸಮಾನಾರ್ಥಕ : কায়দা, নিয়ম, বাদ

ಅರ್ಥ : ঋষি আদিৰ মান্য উপদেশ

ಉದಾಹರಣೆ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

ಸಮಾನಾರ್ಥಕ : বাদ, মত

ಅರ್ಥ : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

ಉದಾಹರಣೆ : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

ಸಮಾನಾರ್ಥಕ : নি্র্ণয়

ಅರ್ಥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

ಉದಾಹರಣೆ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

ಸಮಾನಾರ್ಥಕ : বাদ, মত, মতবাদ

ಅರ್ಥ : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

ಉದಾಹರಣೆ : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

ಸಮಾನಾರ್ಥಕ : পৰিণতি