ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সিংহলী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সিংহলী   বিশেষ্য

ಅರ್ಥ : সিংহল দ্বীপৰ অধিবাসী

ಉದಾಹರಣೆ : সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে

ಸಮಾನಾರ್ಥಕ : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল

ಅರ್ಥ : সিংহল দ্বীপৰ ভাষা

ಉದಾಹರಣೆ : শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে

ಅರ್ಥ : পালি, সিংহলী আদি ভাষা লিখা লিপি

ಉದಾಹರಣೆ : তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে

ಸಮಾನಾರ್ಥಕ : সিংহলী লিপি

সিংহলী   বিশেষণ

ಅರ್ಥ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে

ಸಮಾನಾರ್ಥಕ : শ্রীলংকান

ಅರ್ಥ : সিংহল দ্বীপত থকা

ಉದಾಹರಣೆ : বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল

ಅರ್ಥ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ

ಉದಾಹರಣೆ : মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ