ಅರ್ಥ : ছটিয়াই দিয়া অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
ಅರ್ಥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
ಉದಾಹರಣೆ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
ಸಮಾನಾರ್ಥಕ : ছটিওৱা
ಅರ್ಥ : চাৰিওফালে প্রসাৰিত কৰা
ಉದಾಹರಣೆ :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
ಸಮಾನಾರ್ಥಕ : সিঁচি দিয়া, সিঁচৰতি কৰা
ಅರ್ಥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ಉದಾಹರಣೆ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
ಸಮಾನಾರ್ಥಕ : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা