ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সাৰ   বিশেষ্য

ಅರ್ಥ : খেতিৰ ফচল বৃদ্ধি হʼবৰ কাৰণে খেতিত দিয়া গেলা-পচা বস্তুৰে প্রস্তুত কৰা পদার্থ ্ বা কৃত্রিম পদার্থ

ಉದಾಹರಣೆ : খেতিত সাৰ প্রয়োগ কৰিলে তাৰ উর্বৰ্া শক্তি বৃদ্ধি হয়

ಅರ್ಥ : গৰুৰ মল বা বিষ্ঠা

ಉದಾಹರಣೆ : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়

ಸಮಾನಾರ್ಥಕ : গো-পুৰীষ, গো-বিষ্ঠা, গোবৰ, গোমল, গোময়

ಅರ್ಥ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ

ಉದಾಹರಣೆ : এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত

ಸಮಾನಾರ್ಥಕ : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ তত্ত্ব, সাৰ বস্তু