ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কিবা কৰিব পৰা শক্তি
ಉದಾಹರಣೆ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
ಸಮಾನಾರ್ಥಕ : শকতি
ಅರ್ಥ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
ಉದಾಹರಣೆ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
ಸಮಾನಾರ್ಥಕ : উপযুক্ততা, ক্ষমতা, যোগ্যতা
ಅರ್ಥ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
ಸಮಾನಾರ್ಥಕ : ক্ষমতা, শক্তি
ಅರ್ಥ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ಉದಾಹರಣೆ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ಸಮಾನಾರ್ಥಕ : দখল, হাত
ಸ್ಥಾಪನೆ