ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সাধু ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সাধু   বিশেষ্য

ಅರ್ಥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী

ಉದಾಹರಣೆ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো

ಸಮಾನಾರ್ಥಕ : গল্প, লোক কথা, লোক কাহিনী, লোককথা

ಅರ್ಥ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ

ಉದಾಹರಣೆ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়

ಸಮಾನಾರ್ಥಕ : মহাত্মা, সন্ত

ಅರ್ಥ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি

ಉದಾಹರಣೆ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো

ಸಮಾನಾರ್ಥಕ : বৈৰাগী, সন্ত, সন্ন্যাসী

সাধু   বিশেষণ

ಅರ್ಥ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা

ಉದಾಹರಣೆ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে

ಸಮಾನಾರ್ಥಕ : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু

ಅರ್ಥ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ಉದಾಹರಣೆ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

ಸಮಾನಾರ್ಥಕ : ভাল, সজ্জন, সুজন, সৎ