ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সিন্ধু, ্ ৰত্নগর্ভা
ಅರ್ಥ : যাৰ মাত্রা, আয়তন আদি পাৰাপাৰহীন
ಉದಾಹರಣೆ : তেওঁ প্রেমৰ ্সাগৰ
ಸಮಾನಾರ್ಥಕ : সমুদ্র
ಅರ್ಥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ಉದಾಹರಣೆ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
ಸಮಾನಾರ್ಥಕ : ভঁ্ৰাল, ভাণ্ডাৰ
ಸ್ಥಾಪನೆ