ಅರ್ಥ : যিটো সংকেতৰ ৰূপত আছে
ಉದಾಹರಣೆ :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
ಅರ್ಥ : সংকেত দিয়া
ಉದಾಹರಣೆ :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
ಸಮಾನಾರ್ಥಕ : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক