ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সহৃদয় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সহৃদয়   বিশেষণ

ಅರ್ಥ : বহুত ওচৰৰ বা বহুত কাষৰ

ಉದಾಹರಣೆ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে

ಸಮಾನಾರ್ಥಕ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা

ಅರ್ಥ : যাৰ দয়া আছে

ಉದಾಹರಣೆ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল

ಸಮಾನಾರ್ಥಕ : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত

ಅರ್ಥ : বিশেষভাৱে যাৰ মনত কোমল ভাবৰ সহজে প্রভাৱ পৰে

ಉದಾಹರಣೆ : মই কোৱা ৰামৰ কাহিনী শুনি ্তেওঁ ্ভাবুক হৈ পৰিল

ಸಮಾನಾರ್ಥಕ : অনুভূতি প্রৱণ, ভাব প্রৱণ, ভাবুক, ভাৱক, সহৃদয়ী