ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ಉದಾಹರಣೆ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
ಸಮಾನಾರ್ಥಕ : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
ಅರ್ಥ : স্বাভাৱিক হোৱা অৱস্থা
ಉದಾಹರಣೆ : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
ಸಮಾನಾರ್ಥಕ : অকৃত্রিমতা, স্বাভাৱিকতা
ಅರ್ಥ : সহজ হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
ಸಮಾನಾರ್ಥಕ : ঋজুতা, সহজ, সৰলতা
ಸ್ಥಾಪನೆ