ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ সহজ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

সহজ   বিশেষ্য

ಅರ್ಥ : সহজ হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

ಸಮಾನಾರ್ಥಕ : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

ಅರ್ಥ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

ಉದಾಹರಣೆ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

ಸಮಾನಾರ್ಥಕ : পাতল

ಅರ್ಥ : যিটো সহজে বুজা যায়

ಉದಾಹರಣೆ : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

ಸಮಾನಾರ್ಥಕ : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

ಅರ್ಥ : স্বভাৱতে বা নিজে নিজে হোৱা

ಉದಾಹರಣೆ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

ಸಮಾನಾರ್ಥಕ : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

ಅರ್ಥ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

ಅರ್ಥ : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

ಉದಾಹರಣೆ : ভক্তি ভগৱান লাভৰ সহজ পথ

ಸಮಾನಾರ್ಥಕ : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল