ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সময় অনুসৰি
ಉದಾಹರಣೆ : যিকোনো কাম যথাসময়ত কৰা উচিত
ಸಮಾನಾರ್ಥಕ : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়ত, সসময়ত, সসময়তে
ಅರ್ಥ : সময়লৈ লক্ষ্য ৰাখি উচিত বা উপযুক্তভাৱে কৰা বা হোৱা
ಉದಾಹರಣೆ : সময়োচিত কাম কৰি জটিলতাৰ বা ৰক্ষা পাব পাৰি
ಸಮಾನಾರ್ಥಕ : কালোপযোগী, সময়ানুসৰি, সময়োচিত, সময়োপযোগী, সাময়িক
ಸ್ಥಾಪನೆ