ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সময় অনুসৰি
ಉದಾಹರಣೆ : যিকোনো কাম যথাসময়ত কৰা উচিত
ಸಮಾನಾರ್ಥಕ : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়মতে, সসময়ত, সসময়তে
ಅರ್ಥ : ভালেমান সময় পাৰ হৈ যোৱাৰ পিছত
ಉದಾಹರಣೆ : কালান্তৰত তেওঁ ঘটি যোৱা ঘটনাবোৰ পাহৰি গʼল আৰু পুনৰ ৰামুৰ সৈতে বন্ধুত্ব কৰিলে
ಸಮಾನಾರ್ಥಕ : অইন সময়ত, অন্যসময়ত, কালান্তৰত, সময়ৰ অন্তত
ಸ್ಥಾಪನೆ