ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র
ಉದಾಹರಣೆ : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়
ಸಮಾನಾರ್ಥಕ : নি্র্বাচন সমষ্টি
ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ಸಮಾನಾರ್ಥಕ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ
ಅರ್ಥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ಉದಾಹರಣೆ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ಸಮಾನಾರ್ಥಕ : গোট, দʼম, সমূহ, ৰাশি
ಸ್ಥಾಪನೆ