ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শীল আৰু সজ্জন হোৱা ভাব
ಉದಾಹರಣೆ : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
ಅರ್ಥ : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
ಉದಾಹರಣೆ : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
ಅರ್ಥ : সদস্য হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
ಸಮಾನಾರ್ಥಕ : সদস্যতা
ಸ್ಥಾಪನೆ