ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যুদ্ধ বা খেল আদিত শত্রু বা বিপক্ষক হৰুৱাই লাভ কৰা সফলতা
ಉದಾಹರಣೆ : আজিৰ খেলত ভাৰতৰ জয় হʼল
ಸಮಾನಾರ್ಥಕ : জিকন, জিত, জিতন, জয়, বিজয়
ಅರ್ಥ : সফল হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : গণেশে যি কামতে হাত দিয়ে, তাতেই সফলতা লাভ কৰে
ಸ್ಥಾಪನೆ