ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ಉದಾಹರಣೆ : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
ಅರ್ಥ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ಉದಾಹರಣೆ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
ಸಮಾನಾರ್ಥಕ : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
ಅರ್ಥ : সন্যাস আশ্রমত প্রৱেশ কৰাজন
ಉದಾಹರಣೆ : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
ಸ್ಥಾಪನೆ