ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন আদৰ কৰাৰ যোগ্য
ಉದಾಹರಣೆ : মহাত্মা গান্ধী এজন আদৰণীয় ব্যক্তি আছিল
ಸಮಾನಾರ್ಥಕ : আদৰণীয়, মাননীয়, মান্য
ಅರ್ಥ : (ভাল অৱস্থা আদিত থকাৰ কাৰণ) যি সন্মানৰ যোগ্য হয়
ಉದಾಹರಣೆ : শচীনৰ শতকৰ কাৰণে টীমে এক সন্মানজনক স্কʼৰ বনাব পাৰিলে
ಸಮಾನಾರ್ಥಕ : সন্মানজনক
ಸ್ಥಾಪನೆ