ಅರ್ಥ : যাৰ সন্মান কৰা হʼল
ಉದಾಹರಣೆ :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
ಸಮಾನಾರ್ಥಕ : আদৃত
ಅರ್ಥ : যি প্রতিষ্ঠা লাভ কৰিছে
ಉದಾಹರಣೆ :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
ಸಮಾನಾರ್ಥಕ : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
ಅರ್ಥ : যাক সন্মান কৰা হৈছে
ಉದಾಹರಣೆ :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
ಸಮಾನಾರ್ಥಕ : সম্মানিত