ಅರ್ಥ : এনে যোগাৰ বা ব্যৱস্থা কৰা কার্য যʼত কোনো কাম চলি বা হৈ থাকে
ಉದಾಹರಣೆ :
এই সংস্থাৰ বৰ ভালদৰে সঞ্চালন হৈ আছে
ಅರ್ಥ : গতি প্রদান কৰা বা চলোৱা কার্য
ಉದಾಹರಣೆ :
বিদ্যুতৰ দ্বাৰা ডাঙৰ-ডাঙৰ মেচিনৰ সঞ্চালন সহজে কৰিব পাৰি