ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো আশংকিত নহয়
ಉದಾಹರಣೆ : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
ಸಮಾನಾರ್ಥಕ : অশংক, অশঙ্ক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন
ಅರ್ಥ : যʼত সন্দেহ নাই
ಉದಾಹರಣೆ : মাৰ সন্দেহহীন কথা শুনি মই নিশ্চিত হʼলোঁ
ಸಮಾನಾರ್ಥಕ : অসন্দিগ্ধ, নিঃসন্দেহ, প্রতীত, প্রত্যয়িত, সন্দেহহীন
ಸ್ಥಾಪನೆ