ಅರ್ಥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ಉದಾಹರಣೆ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ಸಮಾನಾರ್ಥಕ : মিশ্রণ
ಅರ್ಥ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
ಉದಾಹರಣೆ :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
ಅರ್ಥ : মিহলি হোৱা কার্য
ಉದಾಹರಣೆ :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়