ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ಉದಾಹರಣೆ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
ಸಮಾನಾರ್ಥಕ : ছীল, ষ্টেম্প
ಅರ್ಥ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ಉದಾಹರಣೆ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
ಸಮಾನಾರ್ಥಕ : ছীল, মোহৰ
ಅರ್ಥ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
ಉದಾಹರಣೆ : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
ಅರ್ಥ : যিহত মোহৰ মৰা হৈছে
ಉದಾಹರಣೆ : এই চেকখনত মোহৰ মৰা আছে
ಸಮಾನಾರ್ಥಕ : মোহৰ
ಸ್ಥಾಪನೆ