ಅರ್ಥ : উত্তম হোৱাৰ অৱস্থা
ಉದಾಹರಣೆ :
চৰিত্র ভালেই সকলো ভাল
ಸಮಾನಾರ್ಥಕ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, ভাল
ಅರ್ಥ : সকলোতকৈ শ্রেষ্ঠ বা মুখ্য হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
শচীন টেণ্ডুলকাৰে এদিনীয়া ক্রিকেটত সর্বাধিক শতৰাণ কৰি ক্রিকেটৰ জগতত নিজৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিলে
ಸಮಾನಾರ್ಥಕ : অগ্রতা, প্রাধান্যতা