ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ಉದಾಹರಣೆ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
ಸಮಾನಾರ್ಥಕ : ক্লাছ
ಅರ್ಥ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
ಉದಾಹರಣೆ : তুমি কোন শ্রেণীত পঢ়া ?
ಸಮಾನಾರ್ಥಕ : কক্ষা, ক্লাছ, মহলা
ಅರ್ಥ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ಉದಾಹರಣೆ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
ಸಮಾನಾರ್ಥಕ : সমুদায়, ্বর্গ
ಅರ್ಥ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ಉದಾಹರಣೆ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
ಸಮಾನಾರ್ಥಕ : গোট, বর্গ
ಅರ್ಥ : কোনো কোঠাত উপস্থিত লোক
ಉದಾಹರಣೆ : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
ಸಮಾನಾರ್ಥಕ : কোঠা
ಸ್ಥಾಪನೆ